Assamese Wikiquote@aswikiquote2023年9月16日“কৰতল কমল কমল দল নয়ন। ভব দব দহন গহন-বন শয়ন॥ নপৰ নপৰ পৰ সতৰত গময়। সভয় মভয় ভয় মমহৰ সততয়॥ খৰতৰ বৰ শৰ হত দশ বদন। খগচৰ নগধৰ ফনধৰ শয়ন॥ জগদঘ মপহৰ ভৱ ভয় তৰণ। পৰ পদ লয় কৰ কমলজ নয়ন॥”4501434
Assamese Wikiquote@aswikiquote2023年9月14日“শ্ৰমিক-কৃষকৰ হাত বোকা-মাটিৰে অপৰিষ্কাৰ হ’লেও ভৰি ধূলি-বালিৰে মলিয়ন হ’লেও তেওঁলোকেইহে সবাতোকৈ পৰিচ্ছন্ন মানুহ৷” ~ মাও চে তুঙ231949